u/Any-Version-4695

Image 1 — অসম আৰু অসমীয়াক প্ৰতাৰণা...
Image 2 — অসম আৰু অসমীয়াক প্ৰতাৰণা...

অসম আৰু অসমীয়াক প্ৰতাৰণা...

প্ৰথম ছবিখনত দেখা গৈছে যোৱা বছৰৰ ৪ জুলাইত বেংক অৱ বৰোদাই ২৫০০ এল বি অ’ (স্থানীয় বেংক বিষয়া) নিযুক্তিৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপন যাৰ ভিতৰত ৬৪টা পদ অসমৰ বাবে সংৰক্ষিত আছিল। বিজ্ঞাপনটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে তেওঁলোকে আবেদন কৰা ৰাজ্যখনৰ স্থানীয় ভাষাত দক্ষতা থকাটো আৱশ্যকীয়। দ্বিতীয় ছবিখন ১৭ জুলাইত জাৰি কৰা বিজ্ঞাপনত সংশোধন কৰা হৈছে যে উত্তৰ-পূৰ্বাঞ্চলৰ অধীনত থকা ৰাজ্যসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে ইংৰাজী ভাষাক স্থানীয় ভাষা হিচাপে সংযোজন কৰা হৈছে। যাৰ ফলত আজি অৰ্থাৎ ৫ মে ২০২৬ তাৰিখে ৬৪ জনৰ ভিতৰত ২২ জন বিষয়াই যোৰহাটৰ বেংক অৱ বৰোদাত যোগদান কৰিছে। চাঞ্চল্যকৰভাৱে ২২ জন প্ৰাৰ্থীৰ কোনো এজনো অসমৰ নহয়। এই ২২ জন প্ৰাৰ্থীৰ ভিতৰত ৫ জন মণিপুৰৰ। বাকী ১৭ জন বিহাৰ আৰু উত্তৰ প্ৰদেশৰ। বাকী ৪২ জন প্ৰাৰ্থীও বহিঃৰাজ্যৰ হোৱাৰ সম্ভাৱনা আছে। **ততাতৈয়াকৈ কৰিব লগা কামটো হ’ল বেংক অৱ বৰোদাত আৰ টি আই দাখিল কৰি প্ৰথমে অসমৰ বাবে আৱেদন কৰা অসমীয়া পৰীক্ষাৰ্থীৰ সংখ্যা আৰু তাৰ ভিতৰত কিমানজনে লিখিত পৰীক্ষাত ক্লিয়াৰ কৰিছে তাৰ সবিশেষ বিচৰা**। কিয় বেংক অৱ বৰোদাই ভাৰত চৰকাৰৰ নীতি-নিৰ্দেশনা উলংঘা কৰি ইংৰাজী ভাষাক অসমৰ অন্যতম স্থানীয় ভাষা বুলি লিখা বিজ্ঞাপনটো সংশোধন কৰিলে। লগতে বিষয়টো অগ্ৰাধিকাৰ ভিত্তিত অসমীয়া মিডিয়া আৰু আছু আৰু এনেধৰণৰ অন্যান্য অসমীয়া সংগঠনৰ দৃষ্টিগোচৰ কৰিব লাগিব। মই বেংক অৱ বৰোদাৰ এজন কৰ্মচাৰী হোৱাৰ বাবে নিজাববীয়াকৈ এই পদক্ষেপবোৰ লব নোৱাৰো। লগতে আছুত বা কোনো অসমীয়া সংবাদ মাধ্যমত মোৰ কোনো চিনাকি ব্যক্তি নাই। কিন্তু অসম আৰু অসমীয়া মানুহৰ প্ৰতি বেংকৰ এই প্ৰতাৰণা অনতিপলমে দৃষ্টিগোচৰ কৰিব লাগিব। গতিকে এই পোষ্টটো পঢ়ি থকা প্ৰতিজন দায়িত্বশীল অসমীয়া ব্যক্তিলৈ মোৰ অনুৰোধ, যদিহে আপোনালোকে ওপৰত উল্লেখ কৰা প্ৰক্ৰিয়াটো কৰিব পাৰে তেন্তে তৎক্ষণাত কৰক। যদি কোনো সবিশেষ বা নথিপত্ৰৰ প্ৰয়োজন হয় অনুগ্ৰহ কৰি মোক DM কৰক, মই সম্ভৱপৰ সকলো ধৰণে সহায় কৰিম।

u/Any-Version-4695 — 8 days ago

প্ৰথম ছবিখনত দেখা গৈছে যোৱা বছৰৰ ৪ জুলাইত বেংক অৱ বৰোদাই ২৫০০ এল বি অ’ (স্থানীয় বেংক বিষয়া) নিযুক্তিৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপন যাৰ ভিতৰত ৬৪টা পদ অসমৰ বাবে সংৰক্ষিত আছিল। বিজ্ঞাপনটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে তেওঁলোকে আবেদন কৰা ৰাজ্যখনৰ স্থানীয় ভাষাত দক্ষতা থকাটো আৱশ্যকীয়। দ্বিতীয় ছবিখন ১৭ জুলাইত জাৰি কৰা বিজ্ঞাপনত সংশোধন কৰা হৈছে যে উত্তৰ-পূৰ্বাঞ্চলৰ অধীনত থকা ৰাজ্যসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে ইংৰাজী ভাষাক স্থানীয় ভাষা হিচাপে সংযোজন কৰা হৈছে। যাৰ ফলত আজি অৰ্থাৎ ৫ মে ২০২৬ তাৰিখে ৬৪ জনৰ ভিতৰত ২২ জন বিষয়াই যোৰহাটৰ বেংক অৱ বৰোদাত যোগদান কৰিছে। চাঞ্চল্যকৰভাৱে ২২ জন প্ৰাৰ্থীৰ কোনো এজনো অসমৰ নহয়। এই ২২ জন প্ৰাৰ্থীৰ ভিতৰত ৫ জন মণিপুৰৰ। বাকী ১৭ জন বিহাৰ আৰু উত্তৰ প্ৰদেশৰ। বাকী ৪২ জন প্ৰাৰ্থীও বহিঃৰাজ্যৰ হোৱাৰ সম্ভাৱনা আছে। ততাতৈয়াকৈ কৰিব লগা কামটো হ’ল বেংক অৱ বৰোদাত আৰ টি আই দাখিল কৰি প্ৰথমে অসমৰ বাবে আৱেদন কৰা অসমীয়া পৰীক্ষাৰ্থীৰ সংখ্যা আৰু তাৰ ভিতৰত কিমানজনে লিখিত পৰীক্ষাত ক্লিয়াৰ কৰিছে তাৰ সবিশেষ বিচৰা। কিয় বেংক অৱ বৰোদাই ভাৰত চৰকাৰৰ নীতি-নিৰ্দেশনা উলংঘা কৰি ইংৰাজী ভাষাক অসমৰ অন্যতম স্থানীয় ভাষা বুলি লিখা বিজ্ঞাপনটো সংশোধন কৰিলে। লগতে বিষয়টো অগ্ৰাধিকাৰ ভিত্তিত অসমীয়া মিডিয়া আৰু আছু আৰু এনেধৰণৰ অন্যান্য অসমীয়া সংগঠনৰ দৃষ্টিগোচৰ কৰিব লাগিব। মই বেংক অৱ বৰোদাৰ এজন কৰ্মচাৰী হোৱাৰ বাবে নিজাববীয়াকৈ এই পদক্ষেপবোৰ লব নোৱাৰো। লগতে আছুত বা কোনো অসমীয়া সংবাদ মাধ্যমত মোৰ কোনো চিনাকি ব্যক্তি নাই। কিন্তু অসম আৰু অসমীয়া মানুহৰ প্ৰতি বেংকৰ এই প্ৰতাৰণা অনতিপলমে দৃষ্টিগোচৰ কৰিব লাগিব। গতিকে এই পোষ্টটো পঢ়ি থকা প্ৰতিজন দায়িত্বশীল অসমীয়া ব্যক্তিলৈ মোৰ অনুৰোধ, যদিহে আপোনালোকে ওপৰত উল্লেখ কৰা প্ৰক্ৰিয়াটো কৰিব পাৰে তেন্তে তৎক্ষণাত কৰক। যদি কোনো সবিশেষ বা নথিপত্ৰৰ প্ৰয়োজন হয় অনুগ্ৰহ কৰি মোক DM কৰক, মই সম্ভৱপৰ সকলো ধৰণে সহায় কৰিম।

u/Any-Version-4695 — 9 days ago
▲ 21 r/assam