সম্ভৱ নে?
অসমৰ গুৱাহাটী আৰু অন্যান্য ঠাইৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ মূল ঠাইবোৰত খিলঞ্জীয়াৰ দপদপনি হ'ব লাগে বুলি আপোনালোকে ভাবে নে?
(অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক দপদপনি... টোটেল ডমিনেন্স)
(উত্তৰটো আপোনাৰ মোবাইল ফোনত যদি অসমীয়া লিপি উপলব্ধ তেনেহ'লে সেইদৰে দিবলৈ চেষ্টা কৰিব)
ক) হয় লাগে।
খ) নহয় নালাগে।
গ) ক'ব পৰা নাযাব।