u/Deathgamer69

▲ 12 r/assam

দীপৰ বিল!

গছ কেইদাল কাটা সম্পূৰ্ণ হৈ গ'ল, এতিয়া দেখিব আমাৰ দৰে ফোপোলা নেচাৰ লাভাৰৰ নানান পোস্ট, ঘৰিয়ালৰ চকু পানী টুকি চৰকাৰক গালি গালাজ, জুবিন দাৰ দুখৰ গান লগাই গছৰ গুৰি কেইটাৰ চিনেমেটিক চট, টান টান শব্দ কৈ গছ কটা মানুহক সমালোচনা কৰি পৰ্টেলৰ বাতৰি আৰু যে ক'ত কি, এফালে মিয়া ডকাইতৰ উৎপাত আনফালে বনিয়া ৰজাৰ দপদপনি, মাজতে বদনৰ দৰে কেইজনমান অসমীয়াই মিঠা মাত দি কেঁকোৰা জাতিটোৰ পয়ালগা মানুহবোৰক লাহে জাতি ভেটি সংস্কৃতিসহ মৃত্যুশয্যাৰ দিশে টানি নিছে। চাগে পশ্চিমীয়া সভ্যতাৰ সস্তীয়া সুখবোৰত বিলীন হৈ অধিকাংশ অসমীয়াই নিজৰ সকলো পাহৰি গ'ল। এতিয়া কেৱল লাগে বিলাসীতা, যদি কষ্ট কৰি পাৰা নাই চুৰ কৰি হলেও আনিব। নতুন যুৱ প্ৰজন্মৰ ৯৯% ই অসমীয়া ভাষাটো ভালকৈ ক'ব‌ও নাজানে, লিখিব‌ও নাজানে পঢ়িব‌ও নাজানে, সিঁহতে কিমান আগুৱাই নিব জাতীয় সংস্কৃতি বোৰ, খিলঞ্জীয়া অসমীয়াত কৈ আজিকালি অসমত বেছি সক্ৰিয় যোৱা ২০-৩০ বছৰত মাটি ফুটি জন্ম হোৱা বহিৰাগত অখমীয়া বোৰ, সিহতে জানে জানো আমাৰ নিভাজ অসমীয়া নিয়মবোৰ? আজিকালি গুৱাহাটীত অসমীয়াৰ ব্যৱসায় দেখিবলৈ পোৱা নাযায়, যদি আছে সৰুকৈ গুমটি দোকান কেইখনমান, বনিয়াহতে আকৌ গ্ৰাহকৰ ভিৰত ৰব নোৱাৰি দোকানৰ ভিতৰত AC লগাইছে, আজিৰ অসমীয়াই নিজকো চিনি নাপায়, নিজৰো চিনি নাপায়, চিনি পায় যদি কেৱল টকা, টকাৰ লোভত যদি কোনোবাই নিজৰ পৈত্ৰিক সম্পত্তি বেচিছে কোনোবাই আকৌ জাতিৰ ভেটিটোকে বেচিবলৈ যা যোগাৰ কৰিছে, অসমীয়া মানুহ শুই পৰিল, কোনোবাই ভাত মঙহে খোৱাই ভালকৈ শুৱলৈ দিলে, এৰা, ম‌ই নো কোন, বেছিকৈ কলে আৰু কোনে আহি হত্যাৰ ভাবুকি দিয়ে ঠিক নাই, जागो নহলে সদায় শুই এ থাকিব লাগিব।

reddit.com
u/Deathgamer69 — 4 days ago